class8 chapter1- নিয়ৰ

১/চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'প্ৰতিমা'।
২/চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কোন চনত হৈছিল?
উত্তৰ: ১৮৬৭ ৷
৩/ চন্দ্ৰকুমাৰ আগৰৱালাৰ দুখন  কবিতা পুথিৰ নাম লিখা?
উত্তৰ: 'প্ৰতিমা', 'বীণ-বৰাগী'৷
৪/ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামীক অসমীয়া সাহিত্যৰ জগতত একেলগে কি বুলি কোৱা হয়?
উত্তৰ: 'জোনাকীৰ ত্ৰিমূৰ্তি'৷
৫/ 'প্ৰতিমাৰ খনিক'ৰ বুলি কোনজন কবিক কোৱা হয়?
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা।




Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.